You can access the distribution details by navigating to My pre-printed books > Distribution

Add a Review

উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection) (eBook)

ৰচনা সংকলন (২০১২-১৭)
Type: e-book
Genre: Politics & Society
Language: Assamese
Price: ₹99
(Immediate Access on Full Payment)
Available Formats: PDF, EPUB

Description

এই সংকলনটো হৈছে ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’, ‘দৈনিক জনমভূমি’আৰু অন্যান্য আলোচনীত প্ৰকাশিত প্ৰায় পঞ্চাশটা নিবন্ধ আৰু ‘নিউজ লাইভ’ৰ হোমেন বৰগোহাঞিৰ সাক্ষাৎকাৰ অনুষ্ঠান ‘মুখামুখি’ আৰু ‘কথা-বাৰ্তা’ৰ দুটা খণ্ডৰ লিখিত ৰূপৰ সমষ্টি। দৰ্শন-প্ৰজ্ঞা, সমাজ-উদ্যম, স্বাস্থ্য-চিকিৎসা, ৰাজনীতি-পৰিৱৰ্তন, অসম-অসমীয়া, সাহিত্য-সমালোচনা আৰু আলাপ-আলোচনা সাতটা ভাগত ৰচনা কেইখন ক্ৰম বিভক্ত কৰা হৈছে। প্ৰেক্ষাপট বুজাৰ সুবিধাৰ্থে ৰচনাৰ সময় উল্লেখ কৰা হৈছে।
ই-বুক ৰূপত উপলব্ধ লিখকৰ কেইখনমান অনুবাদ গ্ৰন্থ -
<strong>সিদ্ধাৰ্থ, এটি ভাৰতীয় কাহিনী</strong> www.bit.ly/siddhartha-assamese
<strong>গালিভার্চ ট্রেভেল্চ</strong> www.bit.ly/gullivers-assamese
<strong>বাৰ বছৰ এজন দাস</strong> www.bit.ly/12years-assamese

Book Details

ISBN: 9781908368072
Publisher: ACCB Publishing
Number of Pages: 419
Availability: Available for Download (e-book)

Ratings & Reviews

উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection)

উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection)

(Not Available)

Review This Book

Write your thoughts about this book.

Currently there are no reviews available for this book.

Be the first one to write a review for the book উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection).

Other Books in Politics & Society

Shop with confidence

Safe and secured checkout, payments powered by Razorpay. Pay with Credit/Debit Cards, Net Banking, Wallets, UPI or via bank account transfer and Cheque/DD. Payment Option FAQs.