Rating:
0
Gulliver's Travel (Assamese Translation) (eBook)

Gulliver's Travel (Assamese Translation) (eBook)

by Jonathan Swift, Jayanta B Sarma (Translator) (write a review)
Type: e-book
Genre: Literature & Fiction
Language: Assamese
Price: Rs.99.00
Available Formats: PDF, EPUB Immediate Download on Full Payment
Preview
Description of "Gulliver's Travel (Assamese Translation) (eBook)"

১৭২৬ চনত প্ৰকাশিত জোনাথান চুইফ্টৰ গালিভার্চ ট্রেভেল্চ এখন মনোৰঞ্জনকাৰী শিশু কাহিনী ৰূপে বহুলভাৱে পৰিচিত। দৈৱদুৰ্বিপাকত একাধিক অজান দেশত উপস্থিত হ’ব লগা হোৱা গালিভাৰে দেখা পোৱা কেতবোৰ অসাধাৰণ আচহুৱা দৃশ্য আৰু অভিজ্ঞতাৰ নির্লিপ্ত এক ধীৰ ভঙ্গীৰে কিন্তু অসামান্য পুঙ্খানুপুঙ্খভাৱে কৰা বৰ্ণনাৰে সমৃদ্ধ আপাততঃ ই এলানি ভ্ৰমণ কাহিনী। চাৰ আইজাক নিউটনৰ মৃত্যুৰ দুবছৰৰ পূৰ্বে প্ৰকাশিত এই কাহিনী দৰাচলতে ১৮শতিকাৰ বিজ্ঞান, সমাজ আৰু ৰাজনীতিৰ নিৰ্মোহ আৰু তীক্ষ্ণ ব্যঙ্গাত্মক সমালোচনা। জৰ্জ অৰৱেলৰ ভাষাত গালিভার্চ ট্রেভেল্চত ‘মানৱ সভ্যতা কমেও তিনিটা দিশৰ পৰা সমালোচনাৰে ধৰাশায়ী হৈছে।’ ইয়াক বিজ্ঞান কল্পকাহিনীৰো পূৰ্বসূৰী বুলিব পাৰি।
ই-বুক ৰূপত উপলব্ধ অনুবাদকৰ আনকেইখনমান গ্ৰন্থ -
সিদ্ধাৰ্থ, এটি ভাৰতীয় কাহিনী www.bit.ly/siddhartha-assamese
বাৰ বছৰ এজন দাস www.bit.ly/12years-assamese
উদ্বেগ আৰু অনুদ্বেগ (ৰচনা সংকলন) www.bit.ly/essays-jbs

Book Details
ISBN: 
9781908368102
Publisher: 
ACCB Publishing
Availability: Available for Download (e-book)
Other Books in Literature & Fiction
The Orchid
The Orchid
by Robert Grant
Reviews of "Gulliver's Travel (Assamese Translation) (eBook)"
No Reviews Yet! Write the first one!

Payment Options

Payment options available are Credit Card, Indian Debit Card, Indian Internet Banking, Electronic Transfer to Bank Account, Check/Demand Draft. The details are available here.