Rating:
0
উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection) (eBook)

উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection) (eBook)

ৰচনা সংকলন (২০১২-১৭)

by Jayanta B Sarma (write a review)
Type: e-book
Genre: Politics & Society
Language: Assamese
Price: Rs.99.00
Available Formats: PDF, EPUB Immediate Download on Full Payment
Preview
Description of "উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection) (eBook)"

এই সংকলনটো হৈছে ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’, ‘দৈনিক জনমভূমি’আৰু অন্যান্য আলোচনীত প্ৰকাশিত প্ৰায় পঞ্চাশটা নিবন্ধ আৰু ‘নিউজ লাইভ’ৰ হোমেন বৰগোহাঞিৰ সাক্ষাৎকাৰ অনুষ্ঠান ‘মুখামুখি’ আৰু ‘কথা-বাৰ্তা’ৰ দুটা খণ্ডৰ লিখিত ৰূপৰ সমষ্টি। দৰ্শন-প্ৰজ্ঞা, সমাজ-উদ্যম, স্বাস্থ্য-চিকিৎসা, ৰাজনীতি-পৰিৱৰ্তন, অসম-অসমীয়া, সাহিত্য-সমালোচনা আৰু আলাপ-আলোচনা সাতটা ভাগত ৰচনা কেইখন ক্ৰম বিভক্ত কৰা হৈছে। প্ৰেক্ষাপট বুজাৰ সুবিধাৰ্থে ৰচনাৰ সময় উল্লেখ কৰা হৈছে।
ই-বুক ৰূপত উপলব্ধ লিখকৰ কেইখনমান অনুবাদ গ্ৰন্থ -
সিদ্ধাৰ্থ, এটি ভাৰতীয় কাহিনী www.bit.ly/siddhartha-assamese
গালিভার্চ ট্রেভেল্চ www.bit.ly/gullivers-assamese
বাৰ বছৰ এজন দাস www.bit.ly/12years-assamese

Book Details
ISBN: 
9781908368072
Publisher: 
ACCB Publishing
Availability: Available for Download (e-book)
Other Books in Politics & Society
கம்யூனிசத்தின் கோட்பாடுகள்
கம்யூனிசத்தின் கோட்பாடுகள்
by ஃபிரடெரிக் ஏங்கெல்ஸ்
Amir aur Garib
Amir aur Garib
by Dr. Ramendra
Reviews of "উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection) (eBook)"
No Reviews Yet! Write the first one!

Payment Options

Payment options available are Credit Card, Indian Debit Card, Indian Internet Banking, Electronic Transfer to Bank Account, Check/Demand Draft. The details are available here.