You can access the distribution details by navigating to My pre-printed books > Distribution
“বার্টিমিয়াচৰ চকুলো ” এখন ভক্তিমূলক কবিতা পুথি | বার্টিমিয়াচৰ এজন অন্ধ মানুহ আছিল | ৰাষ্টাৰ কিনাৰত বহি এটা দুটা আধলিৰ আশাত দিন প্রতি দিন কটাইছিল | প্রভু যীচুৰ কথা তেখেতে প্রায়ে শুনিছিল | তেখেতৰ অন্তৰৰ দৃষ্টিৰে যীচুক দেখা পাইছিলো | সেই কাৰণে এদিন ৰাষ্টাৰে শিষ্যসকলৰ লগত যীচুক যোৱাৰ কথা শুনি চিঞৰি উঠিছিল " হে দা্য়ুদৰ সন্তান , মোক দয়া কৰক " !! আজি বহুতো বাৰ্টমিয়াচে দেখে হ্য়তো , দেখিও নেদেখে .. | মই বাৰ্টমিয়াচে চিঞৰিছো " হে দা্য়ুদৰ সন্তান , মোক দয়া কৰক "
তোমাৰ আগমন চাবলৈ মোকো চকু দান কৰক ....!! ঈশ্বৰক নজনা বাৰ্টমিয়াচবোৰ দেখিও অন্ধ.. আজি মই ,আপুনি বাৰ্টমিয়াচ নে???
সুচিপত্রঃ
১) বাৰ্টিমিয়াচৰ চকুলোঁ
২) তেজৰ নদীত
৩) নিৰাশ নহবা
৪) তোমাৰ অবিহনে………
৫) উপহাৰ
৬) প্রভু মই অধম
৭) তোৰ অস্তিত্বই বা কি ?
৮) প্রেমৰ বলিদান
৯) মেৰৰখীয়া
১০) নতুন পোচাক
১১) শেষ হৈ যোৱা
১২) মৰহা অতীত
১৩) জীৱন বাটৰ খোজবোৰ
১৪) তেওঁ
১৫)মোৰ বোজাবোৰ
১৬) জীৱন পুস্তক
১৭) মেৰৰখীয়াই মাতিছে আজি
১৮)...
Currently there are no reviews available for this book.
Be the first one to write a review for the book বাৰ্টিমিয়াচৰ চকুলো.